লৰাবোৰে ছোৱালীতকৈ বেছি কিয় বিবাহিত মহিলাৰ প্ৰতি আকৰ্ষিত হয় ?

বেছিভাগ ল’ৰাই বিবাহিত মহিলাৰ প্ৰতি বেছি আকৰ্ষিত হয় , জানেনে ইয়াৰ আঁৰৰ কাৰণ কি। যদি নাজানে তেন্তে কও যে বিবাহিত মহিলাৰ কোনো ধৰণৰ Attitude নাথাকে । ল’ৰাবোৰে কোৱা সকলো কথা তেওলোকে মানি লয়। ছোৱালীতকৈ বেছি মহিলাই ল’ৰাৰ যত্ন লয়।

বহু সময়ত দেখা যায় যে বিয়া হোৱা ছোৱালী ল’ৰাই বেছি ভাল পায়। তেওঁৰ কথা-কৰ্মৰ বাবেই ল’ৰাবোৰৰ মনোযোগ তেওঁৰ প্ৰতি বেছি হয়। বহু গৱেষণাতো কোৱা হৈছে যে বিবাহিত ছোৱালীয়ে আন ছোৱালীৰ তুলনাত কিয় ল’ৰাৰ দৃষ্টি আকৰ্ষণ কৰে।

১/ কেয়াৰিং পাৰ্টনাৰ, ছোৱালীতকৈ বিবাহিত মহিলাক অধিক যত্নশীল সংগী বুলি গণ্য কৰা হয়। বিয়াৰ পিছত তেওঁ সদায় নিজৰ পৰিয়ালক লৈ চিন্তিত হৈ থাকে। ল’ৰাবোৰে নাৰীৰ এই কেয়াৰিং মনোভাৱটো বৰ ভাল পায়।

২/ হৰম’নৰ পৰিৱৰ্তন ঘটে, বিবাহৰ পিছত মহিলাৰ হৰম’নৰ পৰিৱৰ্তন ঘটে। ইয়াৰ বাবেই তেওঁলোকৰ ছালখন বহুত জিলিকিবলৈ আৰম্ভ কৰে। নাৰীৰ এই পৰিৱৰ্তনে পুৰুষক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে।

৩/ আত্মবিশ্বাস, অবিবাহিত ছোৱালীতকৈ বিবাহিত মহিলাৰ আত্মবিশ্বাস বেছি। তেওঁৰ আত্মবিশ্বাসেই ল’ৰাবোৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে। পুৰুষসকলে ভাবে যে বিবাহিত মহিলাসকলে প্ৰতিটো সমস্যা ভালদৰে বুজিব পাৰে।

৪/ মিঠা প্ৰকৃতি, বিবাহিত মহিলাসকলে ঘৰত আৰু বাহিৰৰ সকলো কাম পৰিচালনা কৰাত পাকৈত হোৱাৰ লগতে সদায় মুখত মিঠা হাঁহি এটা ৰাখে। কেৱল পুৰুষেই নহয় সকলোৱে এনে সুখী ব্যক্তিৰ লগত থাকিব বিচাৰিব। ল’ৰাবোৰেও নাৰীৰ এই কথাটো বৰ ভাল পায়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। এই লিখনিটো ভাল লাগিল, তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ আমাৰ ফেচবুক পেজটো Follow কৰিব নাপাহৰিব। আপোনাৰ মতামত আমালৈ কমেণ্ট বক্সত পঠাওক।

Leave a Comment