ছোৱালীৰ কোনটো অংগ ২ মাহৰ মূৰে মূৰে সলনি হয়?

IAS Exam Interview সদায় বাতৰিৰ শিৰোনামত থাকে। বিশেষকৈ এই ধৰণৰ চাকৰিৰ সাক্ষাৎকাৰত প্ৰশ্নবোৰ এনেদৰে সোধা হয় যে প্ৰায়ে প্ৰাৰ্থীসকলক বিভ্ৰান্তিৰ সৃষ্টি কৰা হয়। বিগত কেইবছৰমানৰ পৰা এনেধৰণৰ প্ৰশ্ন সোধা হৈছিল। এতিয়া উত্তৰৰ সৈতে চাওঁ আহক…

১) প্ৰশ্ন : ছোৱালীয়ে টকা নোলোৱাকৈ নিদিয়া এটা বস্তু কি?
উত্তৰঃ
বিয়াৰ দিনা দৰাৰ জোতা। বিশেষকৈ কইনাৰ প্ৰেমিকা বা ভগ্নীয়ে কৰে।

২) প্ৰশ্ন : কোনটো প্ৰাণী পানীত বাস কৰে কিন্তু পানী নাখায় ?
উত্তৰঃ
বেঙে পানীত বাস কৰে যদিও পানী নাখায়।

৩) প্ৰশ্ন : কোনটো জন্তুৱে জন্মৰ পিছত দুমাহ শুই থাকে?
উত্তৰঃ
ভালুক জন্মৰ পিছত দুমাহ শুই থাকে।

৪) প্ৰশ্ন : নাৰীৰ কোনটো অংগ দুমাহৰ মূৰে মূৰে সলনি হয়?
উত্তৰঃ
চকুৰ ভ্ৰূ। আচলতে প্ৰাৰ্থীক বিভ্ৰান্ত কৰিবলৈ এনে প্ৰশ্ন কৰা হৈছিল।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment