কাহ চৰ্দি হ’লে ভুলতেও নাখাব এইবোৰ বস্তু, আপোনাৰ স্বাস্থ্যৰ কৰিব যথেষ্ট ক্ষতি

শীতকালত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো অতি কঠিন হৈ পৰে। যদি আপুনি চৰ্দিত ভুগি আছে তেন্তে ভুলতেও ভাত খাব নালাগে। ভাত খালে কফৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু আপোনাৰ অস্বস্তিৰ সৃষ্টি হ’ব পাৰে।

লগতে ঠাণ্ডাৰ সময়ত গাখীৰৰ পৰা তৈয়াৰী বস্তু খাব নালাগে। চৰ্দি আৰু কাহৰ ক্ষেত্ৰত ঘিউ, দৈৰ দৰে বস্তু খালে সমস্যা আৰু অধিক বৃদ্ধি পায়।

ডিঙিৰ বিষ হ’লে ভুলতে হ’লেও তেলীয়া বস্তু খাব নালাগে। এইবোৰে চৰ্দি আৰু কাহ বৃদ্ধি কৰিব পাৰে।প্ৰক্ৰিয়াকৃত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতাও বহুত দুৰ্বল কৰে, সেয়েহে ইয়াৰ পৰা আঁতৰি থাকিব লাগে।

দৈও খাব নালাগে। ঠাণ্ডা বতৰত সেৱন কৰিলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ চৰ্দি বেছি হয় আৰু পেটতো চৰ্দি হ’ব পাৰে।

চৰ্দি হ’লেও কল খাব নালাগে। এইখিনি খালে আপোনাৰ চৰ্দি বৃদ্ধি পায় আৰু লগতে আপোনাৰ শক্তিও দুৰ্বল হৈ পৰে। কলৰ শীতল প্ৰভাৱ আছে যিটো ঠাণ্ডাৰ বাবে ভাল নহয়।

( সকলোতকৈ আগত আপোনাৰ দিনটোৰ ৰাশিফল পাবলৈ ইয়াত দিয়া লিংক টোত ক্লিক কৰি WhatsApp গ্ৰুপত Join হওঁক 👉👉 ক্লিক কৰক )

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment