পেপাঁৰ যি অংশ মুখতলৈ বজোৱা হয়, সেই অংশটোৰ নাম কি?

আজিৰ এই ব্লগটোত আমি মঞ্চ বিহুত নাচনীক সোধা কেইটামান প্ৰশ্ন সংগ্ৰহ কৰি আমাৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়াইছো। আশাকৰো বিহু সম্পৰ্কীয় এই প্ৰশ্নোত্তৰখিনিয়ে নতুনকৈ উঠি অহা নাচনীসমূহক যথেষ্ট পৰিমানে সহায় কৰিব।

প্ৰশ্ন ১ : পেপাঁৰ যি অংশ মুখতলৈ বজোৱা হয়, সেই অংশটোৰ নাম কি?
উত্তৰ:
চুপহি ।

প্ৰশ্ন ২: মহৰ শিঙৰ পেপাঁ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ: মহৰ শিঙৰ পেপাঁ দুই প্ৰকাৰৰ। গুটীয়া পেপাঁ বা গোৱাল পেপাঁ আৰু যুৰীয়া পেপাঁ ।

প্ৰশ্ন ৩: মানুহ বিহুৰ দিনটো নামনী অসমত অন্য এটা নামেৰে জনা যায়। নামটো কি?
উত্তৰ: বৰ দোমাহী।

আমাৰ লিখনিৰ লগত জড়িত কিবা প্ৰশ্ন থাকিলে লেখাটোৰ তলত দিয়া কমেন্ট বক্সত জনাওক। আমি আপোনাক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰি যাম। যদি এই লিখনিটো ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিব। অনুৰূপ লিখনি পঢ়িবলৈ Axominfoৰ সৈতে সংযুক্ত হৈ থাকক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment