সেইটো কি যিটো মহিলা সকলে দেখুৱাই ভাল পায় কিন্তু লৰা বোৰে লোকোৱাই ভাল পায়…

IAS Interview Questions: UPSC পৰীক্ষাক দেশৰ অন্যতম কঠিন পৰীক্ষা বুলি গণ্য কৰা হয়। সকলোৱে পাৰ কৰাৰ সপোন দেখে কিন্তু সকলোৰে হাতৰ মুঠিত নহয়। কেৱল নিৰ্বাচিত লোকেহে উত্তীৰ্ণ হ’ব পাৰে। এইটো পাছ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়টো হ’ল সাক্ষাৎকাৰ। ইয়াৰ সাক্ষাৎকাৰটোও ক্লিয়াৰ কৰাটো অতি কঠিন। ইয়াত এনেধৰণৰ প্ৰশ্ন কৰা হয় যিয়ে সকলোকে আচৰিত কৰি তোলে। এনে কিছুমান প্ৰশ্নৰ ওপৰত চকু ফুৰাওঁ আহক।

প্ৰশ্ন : যিটো ভাষা পোনে পোনে বা ওলোটাকৈ ক’লে একে অৰ্থ দিয়ে?
উত্তৰ : মালয়ালম।

প্ৰশ্ন : এনে কি যিটো মালিকেহে চাব পাৰে আৰু এবাৰহে চাব পাৰে?
উত্তৰঃ শুই থকা অৱস্থাত সপোন সপোন

প্ৰশ্ন : সেইটো কি যিটো মহিলা সকলে দেখুৱাই ভাল পায় কিন্তু লৰা বোৰে লোকোৱাই ভাল পায়.

উত্তৰ : মানি বেগ।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment