ভাৰতীয় নোট কিহৰ পৰা তৈয়াৰ কৰা হয়? বহুতে নাজানে

লিখিত পৰীক্ষা হওক বা সাক্ষাৎকাৰেই হওক আজিকালি সাধাৰণ জ্ঞান কিমান গুৰুত্বপূৰ্ণ আপোনালোকে নিশ্চয় জানে। তদুপৰি ইয়াৰ জৰিয়তে বিভিন্ন তথ্য জনা যায়। সাধাৰণ জ্ঞানৰ প্ৰশ্নবোৰো বহুতে পঢ়ি ভাল পায়। এই প্ৰতিবেদনত কিছুমান অজ্ঞাত প্ৰশ্নৰ উত্তৰ চাওক।

১) প্ৰশ্ন : কোনখন দেশে প্ৰথম মানুহক মহাকাশলৈ পঠিয়াইছিল?
উত্তৰ :
ছোভিয়েট ইউনিয়ন।

৪) প্ৰশ্ন : ভাৰতীয় নোট কিহৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰঃ
RBI য়ে দিয়া তথ্য অনুসৰি ভাৰতীয় নোট তৈয়াৰ কৰাত সাধাৰণতে কপাহ ব্যৱহাৰ কৰা হয়।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment