ছোৱালীবোৰৰ এনে কি বস্তু নাথাকিলে নহয় বিয়া? ৯৯% লোকে দিলে ভুল উত্তৰ

পঢ়া-শুনা সম্পূৰ্ণ কৰি এটা স্বনামধন্য সংস্থাত চাকৰি পোৱাটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সপোন। কিন্তু তাৰ বাবে তেওঁ চাকৰিৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাটো প্ৰয়োজন। ইয়াৰ বাবে তেওঁলোকে বিশেষভাৱে প্ৰস্তুতি চলাব লাগিব। পৰীক্ষাত উত্তীৰ্ণৰ হোৱাৰ পিছত সাক্ষাৎকাৰৰ বাবে মাতিলে প্ৰাৰ্থীসকলৰ বুদ্ধিমত্তা পৰীক্ষা কৰিবলৈ কিছু প্ৰশ্ন সোধা হয়, যাৰ বাবে বহু লোক অস্থিৰ হৈ পৰে। প্ৰশ্নবোৰ কঠিন যেন লাগিলেও কিন্তু প্ৰায় উত্তৰবোৰ প্ৰশ্নবোৰৰ ভিতৰতে নিহিত হৈ থাকে। এতিয়া এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰৰ সৈতে এখন তালিকা চাওঁ আহক…

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ‘সাগৰৰ উপহাৰ’ বুলি কোৱা হয় কওক?
উত্তৰঃ
কেৰালা ৰাজ্যক।
2) প্ৰশ্ন : ছোৱালীৰ বিয়া কি নাথাকিলে নহয় ?
উত্তৰঃ
ছোৱালীৰ বিয়া হোৱাৰ ইচ্ছা নাথাকিলে বিয়া নহয়। (আচলতে এনে প্ৰশ্ন সোধাৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলক বিভ্ৰান্ত কৰা)

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment