গগণা কেইপ্ৰকাৰৰ আৰু কি কি?

পোন প্ৰথমে সকলো লৈ ৰঙালী বিহুৰ শুভেচ্ছা যাঁচিলোঁ। এই ব্লগটোত আমি মঞ্চ বিহুত নাচনীক সোধা কেইটামান প্ৰশ্ন সংগ্ৰহ কৰি আমাৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়াইছো। আশাকৰো বিহু সম্পৰ্কীয় এই প্ৰশ্নোত্তৰখিনিয়ে নতুনকৈ উঠি অহা নাচনীসমূহক যথেষ্ট পৰিমানে সহায় কৰিব।

গগণা কেইপ্ৰকাৰৰ আৰু কি কি?
Answer—
গগণা দুই প্ৰকাৰৰ- লাহৰী গগণা আৰু ৰামধন গগণা।

বিহুত পুৰুষৰ বাবে “ৰামধন গগণা”, মহিলাৰ বাৱে কি?
Answer—
লাহৰী গগণা।

বিহুত ব্যৱহৃত মাটিৰে নিৰ্মিত একমাত্ৰ বাদ্যযন্ত্ৰটোৰ নাম কি?
Answer—
সুতুলি।

আমাৰ লিখনিৰ লগত জড়িত কিবা প্ৰশ্ন থাকিলে লেখাটোৰ তলত দিয়া কমেন্ট বক্সত জনাওক। আমি আপোনাক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰি যাম। যদি এই লিখনিটো ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিব। অনুৰূপ লিখনি পঢ়িবলৈ Axominfoৰ সৈতে সংযুক্ত হৈ থাকক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment