Advertisement
News

এইবাৰ চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰ!

  • এইবাৰ চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰ!
  • দেখীয় নহৰু এতিয়াৰ দাম ৪০০ পাৰ..
  • পিঁয়াজৰ পাছত এইবাৰ নহৰুৰ বাবে ৰাইজৰ হাহাকাৰ..

Axominfo: ৰাজ্যৰ বজাৰত এতিয়া সোমাব নোৱাৰা হৈছে গ্ৰাহক। প্ৰায়বোৰ কেচা সাক-পাছলিত মূল্য বৃদ্ধিত মূৰ গৰম এতিয়া গ্ৰাহকৰ… জলাইছে নহৰুৱে.. অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে নহৰুৰ.. প্ৰতিকিলো নহৰুৰ দাম হৈছেগৈ ৩৫০-৪০০ টকা। পূৰ্বে ২-৩ কিলো কিনা গ্ৰাহকে এতিয়া 100 – ২৫০ গ্ৰাম নহৰু কিনিব লগা হৈছে। এই ধাৰা ৰোধ কৰিব নোৱাৰিলে এফুটা দুফুটা হিচাপত বিক্ৰি হ’ব নহৰু ! কিয় বাঢ়িছে দাম কোনেও নাজানে..! শুই আছে যোগান বিভাগ !

অত্যাধিক মূল্য বৃদ্ধি অচিলা লৈ এটা অসাধু চক্ৰই নগাঁওৰ বজাৰত সোমোৱাই দিছে চিনা নহৰু… এতিয়া নগাঁৰ বজাৰত বস্তাই বস্তাই চিনৰ নহৰু। চিনৰ গোড ফাৰ্মাৰ নামৰ কোম্পানিৰ নহৰু এতিয়া নগাঁও কে অদি কৰি অসমৰ বিভিন্ন জিলাৰ বজাৰত।

স্বাস্থ্যসন্মত হয়্নে নহয় ? ক্ষতি কৰিব নেকি ? বহু প্ৰশ্ন এতিয়া গ্ৰাহকৰ মনত ! পূৰ্বে প্লাস্তিকৰ সামগ্ৰী , খেল্না সামগ্ৰী আহিছিল চিনৰ পৰা। এইবাৰ পাকঘৰত চিনত উৎপাদিত নহৰু। এইয়া মুঠেও ভাল কথা নহয়!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button