আপোনাৰ ঘৰত কিমান পুৰণি মুদ্ৰা আছে? আপোনাৰ লগত যদি বিভিন্ন ধৰণৰ মুদ্ৰা তাম মুদ্ৰা হওঁক বা পিতলৰ মুদ্ৰাই হওঁক এক পইছাৰ পৰা আৰম্ভ কৰি দহ পইছালৈকে এনে বহু পুৰনি মুদ্ৰাই আপোনাক কোটি পতি কৰিব পাৰে ।
এনে পইচা বোৰ বিক্ৰী হৈ আছে দুটাকৈ ৱেবচাইটত। সেই ৱেবচাইট কেইটা আমি জনাব বিচাৰিম কেনেকৈ আপুনি বিক্ৰী কৰিব পাৰিব। বৰ্তমান পুৰণি মুদ্ৰাৰ দিমান অধিক হৈছে। 1959 পৰা আৰম্ভ কৰি যি বোৰ পুৰণি মুদ্ৰা আছে সকলোৰে চাহিদা বৃদ্ধি পাইছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এই মুদ্ৰা বোৰ পুনৰ জমা লৈ আছে।
এই মুদ্ৰা জমা লৈ বা ক্ৰয় কৰি কি কৰিব সেয়া অৱশ্যে এতিয়া লৈ বিশেষ জনোৱা হোৱা নাই। পুৰণি মুদ্ৰা বোৰত যিবোৰ ধাতু ব্যৱহাৰ কৰিছিল সেই ধাতু বোৰে আপোনাক যথেষ্ঠ লভান্দিত কৰি তুলিব।
আপোনাৰ হাতত যদি এক পইচাৰ মুদ্ৰা আছে তেন্তে আপুনি কোটি পটি হব পাৰে, যদি 5 পইচাৰ টকা আছে তেন্তে এটা 5 পইচাই লাখ পতি বনাব পাৰে। 10 পইচাৰ টকাৰ পৰাও আপুনি লাভ কৰিব পাৰিব 50 হাজাৰতকৈ অধিক টকা। পলম নকৰি আপোনাৰ পুৰণি মুদ্ৰা বোৰ সংগ্ৰহ কৰি ৰাখক।
কত বিক্ৰী কৰিব এই মুদ্ৰা
অনলাইন যোগে আপুনি বিক্ৰী কৰিব পাৰিব। অনলাইনত ফটো মাৰি আপুনি বিক্ৰী কৰিব পাৰিব। দুটাকৈ ৱেবচাইটত বিক্ৰী কৰিব পাৰিব। ৱেবচাইট কেইটা হল…
- Quikr ৰ app অথবা portel যোগে বিক্ৰীৰ কৰিব পাৰিব পুৰণা মুদ্ৰা। Google play store পৰা এপ টো ডাউনলোড কৰি আপোনাৰ mobile number Registere কৰি আপোনাৰ পুৰণা মুদ্ৰাৰ ফটো আপলোড কৰিব লাগিব।
- COINBAZZAR.COM ৱেবছাইট ত গৈ বিক্ৰী কৰিব পাৰিব। ৱেবচাইটতোত গৈ আপোনাৰ mobile number Registere কৰি আপোনাৰ পুৰণা মুদ্ৰাৰ ফটো আপলোড কৰিব লাগিব।