Advertisement
স্বাস্থ্য

জিমলৈ যোৱাৰ আগত নকৰিব এই ৫টা ভুল, কৰিব পাৰে শৰীৰৰ বৃহৎ ক্ষতি

শৰীৰটো ফিট কৰি ৰাখিবলৈ দৈনিক জিমত ৱৰ্কআউট কৰাটো অতি প্ৰয়োজনীয়। যেতিয়াই জিমলৈ যায় তেতিয়াই যোৱাৰ আগতে চাহ বা কফি সেৱন নকৰিব। অতিমাত্ৰা কফি খালে শৰীৰত ইনচুলিনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পায়। ( সকলোতকৈ আগত আপোনাৰ দিনটোৰ ৰাশিফল পাবলৈ ইয়াত দিয়া লিংক টোত ক্লিক কৰি WhatsApp গ্ৰুপত Join হওঁক 👉👉 ক্লিক কৰক )

জিমলৈ যোৱাৰ আগতে ভৰপূৰ খাদ্য খোৱা উচিত নহয়। এনে কৰিলে ৱৰ্কআউট কৰাৰ সময়ত পেটৰ বিষ হ’ব পাৰে। যেতিয়াই খাদ্য খাব তেতিয়াই তৎক্ষণাত ৱৰ্কআউট কৰিবলৈ নাযাব, ২ ঘণ্টাৰ পিছতহে যাব।

ৱৰ্কআউট কৰাৰ আগতে লঘু কিবা এটা খাব লাগে। খালী পেটত জিমলৈ যোৱা উচিত নহয়। ইয়াৰ বাবে আপুনি শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে। ( সকলোতকৈ আগত আপোনাৰ দিনটোৰ ৰাশিফল পাবলৈ ইয়াত দিয়া লিংক টোত ক্লিক কৰি WhatsApp গ্ৰুপত Join হওঁক 👉👉 ক্লিক কৰক )

জিমত ৱৰ্কআউট কৰাৰ আগতেও পানী কম পৰিমাণে খাব লাগে। পেট ভৰি নপৰালৈকে পানী খাব নালাগে। এনে কৰিলে তেজত ছডিয়ামৰ পৰিমাণ কমি যায় আৰু লগতে শৰীৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

জিমলৈ যোৱাৰ আগতে যথেষ্ট টোপনি লোৱা উচিত। যদি আপুনি এই কাম কৰে তেন্তে আপুনি আপোনাৰ শৰীৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button