হোলীৰ আনন্দৰ মাজতে জ্বলি শেষ হৈ গ’ল সপোনৰ ঘৰখন

আপোন ঘৰখন হেৰুওৱাৰ বেদনা। হোলীৰ আনন্দৰ মাজতে জ্বলি শেষ হৈ গ’ল সপোনৰ ঘৰখন। যোৰহাটত বজ্ৰ পৰি জ্বলিল এটা ঘৰ। তাৰ পাছতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল।

  • বজ্ৰ পৰি যোৰহাটত জ্বলিল ঘৰ
  • ভদ্ৰ বৰা নামৰ লোকজনৰ ঘৰ নিমিষতে ভস্মীভূত
  • প্রচণ্ড ধুমুহা-বতাহৰ মাজতে অঘটন
  • বজ্ৰ পৰি ঘৰ জ্বলাৰ ফলত মৃত্যুমুখত পৰে পশুধনো
  • কথমপি প্ৰাণ ৰক্ষা ভদ্ৰ বৰাৰ পত্নী, দুই কণমানি সন্তানৰ
  • পশ্চিম যোৰহাটৰ ২নং সোণাৰি গাঁৱত এই ঘটনা

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment