কি কাম কৰিলে ছোৱালী চিঞৰিবলৈ বাধ্য হয় আৰু ল’ৰাবোৰে মনে মনে থাকে

আজিকালি যিকোনো পৰীক্ষাৰ সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিস্থিতিৰ অতি প্ৰয়োজন। এছ এছ চি, বেংকিং, ৰেলৱে আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত ইয়াৰ সৈতে জড়িত বহু প্ৰশ্ন সোধা হয়। গতিকে, আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান প্ৰশ্ন যিবোৰ আপুনি আগতে কেতিয়াও শুনা নাছিল। এতিয়া চাওঁ আহক

প্ৰশ্ন : ভূমিকম্প হোৱাৰ আগতে কোনটো প্ৰাণীয়ে জানিব পাৰে?
উত্তৰ :
মাছ।

প্ৰশ্ন : পৃথিৱীৰ একমাত্ৰ দেশ যাৰ পতাকা ত্ৰিকোণীয়?
উত্তৰ :
নেপাল।

প্ৰশ্ন : ল’ৰাবোৰে মনে মনে থকাৰ সময়ত ছোৱালীয়ে চিঞৰি থকা কিছুমান কথা কি কি?
উত্তৰঃ
স্বামী পত্নীৰ কাজিয়া (এনে প্ৰশ্ন বিভ্ৰান্তিৰ বাবে সোধা হয়)।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment