কলেজলৈ যাম বুলি গৈ পলাই গ’ল মহায়েকৰ লগত..

কলেজলৈ যাম বুলি গৈ পলাই গ’ল মহায়েকৰ লগত.. ৪০ বছৰীয়া মহায়েকে পলোৱাই নীলে ১৬ বছৰীয়া ভতিজীক.. ৰঙিয়াত উত্তপ্ত পৰিস্থিতি

শুক্ৰবাৰে দিনৰ ভাগত কলেজত ফ্ৰম জমা দিম বুলি ঘৰৰ পৰা মহায়েকৰ লগত ওলাই গৈছিল কিশুৰী ছাত্ৰী গৰাকী। কলেজলৈ বুলি ঘৰৰ পৰা উলাই গৈ সন্ধিয়া পৰ্যন্ত ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোকেও বিচাৰ সুচাৰ কৰিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহল। অৱশেষত পৰিয়ালৰ লোক নিশ্চিত হয় যে নিজ মহায়েক মতুৰ দাস লগত পলাই গৈছে কিশুৰী গৰাকী। শনি বাৰে দিনৰ ১১ মান বজাত পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দিবলৈ আহোতে খবৰ পাই যে দুয়োজনে চুতিয়া গাওত প্ৰান নাশৰ সিদ্ধান্ত লৈছে।

খবৰ পোৱাৰ মাত্ৰকে ৰঙিয়া আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে ততা তয়াকৈ ৰঙিয়া অসাময়ীক চিকিৎসালয়ত ভৰ্তি কৰে।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment