নাচনী সকলে বান্ধা খোপা বিধৰ নামটো কি জানেনে?

আজিৰ এই ব্লগটোত আমি মঞ্চ বিহুত নাচনীক সোধা কেইটামান প্ৰশ্ন সংগ্ৰহ কৰি আমাৰ পঢ়ুৱৈ সকলৰ বাবে আগবঢ়াইছো। আশাকৰো বিহু সম্পৰ্কীয় এই প্ৰশ্নোত্তৰখিনিয়ে নতুনকৈ উঠি অহা নাচনীসমূহক যথেষ্ট পৰিমানে সহায় কৰিব।

Question: ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয়?
Answer—
কঠাল গছৰ পৰা।
Question: অসমীয়া যুবতী বা মহিলা সকলে বিভিন্ন ধৰনৰ খোপা বান্ধে যদিও, নাচনী সকলে এবিধ বিশেষ খোপা বান্ধে। খোপা বিধৰ নামটো লাগে।
Answer—
নেঘেৰি খোপা ।
Question: সুতুলিত কেইটা ফুটা থাকে ?
Answer—
উত্তৰ : ৩ টা।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment