Braking News :– তাৎক্ষণিক ভাবে অসমৰ সকলো জিলাতে আয়ুষ্মান কাৰ্ড নামভৰ্তি বন্ধ কৰি দিয়া হৈছে। বৰ্তমানে সকলো আয়ুষ্মান কাৰ্ড অপাৰেটৰ সকললৈ এই মেচেজ জনোৱা হৈছে। সেইহে এতিয়া লৈ যদি আপুনি এই কাৰ্ড বনুৱা নাই বা বনাম বুলি ভাবি আছে পৰবৰ্তী কোনো কাৰ্যকৰী notice নহা লৈকে নৱনাব আপোনাৰ কাৰ্ড । অন্যথা আপুনিও হব পাৰে ৰঙা ঘৰৰ আলহী।
এতিয়াও যদি কোনো লোকে এই কাম কৰি আছে তেওঁলোকে এই বিষয় অৱগত কৰাই বন্ধ কৰিব দিয়ক। অন্যথা চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব অপাৰেটৰসকলৰ ওপৰত।
সকলো অপাৰেটৰ লৈ অহা মেচেজটো এনে ধৰণৰ
শীৰ্ষ ব্যৱস্থাপনাৰ নিৰ্দেশ অনুসৰি এইটো সকলো জিলা সমন্বয়ক অৱগত কৰা হৈছে যাতে আয়ুষ্মান ভাৰতৰ কাম এতিয়াৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তৎকালীনভাৱে বন্ধ কৰিব লাগে।আয়ুষ্মান ভাৰতত নামভৰ্তি বন্ধ কৰিবলৈ সকলো জিলাৰ সকলো অপাৰেটৰক তৎক্ষণাত অৱগত কৰক। যদি কোনো অপাৰেটৰে কাম কৰা দেখা যায় তেন্তে চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব অপাৰেটৰসকলৰ ওপৰত।
ধন্যবাদ আৰু শুভেচ্ছা
পৰিচালনাৰ পৰা দিয়া নিৰ্দেশনা হিচাপে